'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ

dainik janambhumi October 31, 2025

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ মৃত্যুৰ দাবী সামাজিক মাধ্যমত চলি থকা হেছটেগ জাষ্টিচ ফৰ জুবিন গার্গ শীর্ষক ডিজিটেল আন্দোলনে ৪ মিলিয়ন স্পর্শ কৰি এক অভিলেখ ৰচনা কৰিছে। 

গুগল হেছটেগ জাষ্টিচ টাইপ কৰিলে এতিয়া জুবিন গাৰ্গৰ নামেই আহে। অসমৰ মানুহে চলোৱা এই সর্ববৃহৎ ডিডিটেল আন্দোলনে বিশ্বজুৰি প্ৰতিক্রিয়া সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

Share This