হস্ততাঁত-বস্ত্ৰ শিল্পৰ প্ৰাক্তন সঞ্চালিকা কবিতা ডেকাৰ বিয়োগ

Kakali Deka February 13, 2025

ডিজিটেল ডেস্কঃ হস্ততাঁত-বস্ত্ৰ শিল্পৰ প্ৰাক্তন সঞ্চালিকা কবিতা ডেকাৰ বিয়োগ।

 

নিজ বাসগৃহতে কবিতা ডেকাৰ বিয়োগ।

 

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটা গোচৰত অভিযুক্ত আছিল বিষয়াগৰাকী।

 

কবিতা ডেকাৰ বাসগৃহত কিছুদিন পূৰ্বে চলিছিল অভিযান 

 

আজি পুৱাই মৃত্যু হয় কবিতা ডেকাৰ।

Share This