ডিজিটেল ডেস্কঃ যুদ্ধত আঘাতপ্ৰাপ্ত বীৰ জোৱানক প্ৰয়োজনীয় তেজ দিবলৈ সাজু ৰাষ্ট্ৰীয় বজৰং দল ৷প্ৰতিজন সুস্থ ব্যক্তিক ভাৰতীয় সেনাৰ কাৰণে ৰক্ত দান কৰিবলৈ আহ্বান ৷
সীমান্তত এফালে ভাৰতীয় সেনাবাহিনী আৰু পাকিস্তানৰ যুদ্ধ আনফালে ৰক্ত দান দান শিবিৰ ৰাষ্ট্ৰীয় বজৰং দলৰ ৷ ভাৰতৰ সীমান্তত আঘাতপ্ৰাপ্ত সেনাৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় তেজ সংগ্ৰহ অভিযানত নামি পৰিছে ৰাষ্ট্ৰীয় বজৰং দল ৷
ইয়াৰ উপৰিও এক লাখ সুস্থ ব্যক্তিৰ তালিকা সাজু ৰাখিব ৰাষ্ট্ৰীয় বজৰং দলে ৷মঙ্গলদৈ বৰ পুখুৰী পাৰত ৰক্ত দান শিবিৰত দেখা গৈছে ৰক্ত দাতাৰ ভিৰ