জানো আহক আজিৰ দিনটোৰ ৰাশিফল

Kakali Deka September 17, 2023

 ডিজিটেল ডেস্কঃদেওবাৰ, ১৭ ছেপ্টেম্বৰ, ৩০ ভাদ, আপোনাৰ আজিৰ দিনটো ৰাশিফল
মেষ : শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং ৰঙা৷ কৰ্মত
ব্যস্ত থাকি ভাল পাব৷ পাৰিবাৰিক জীৱন সুখ-শান্তিময়৷ শাৰীৰিক ক্ষেত্ৰত আমনি কম৷ আজি শুভদায়ক
উভয়চৰী যোগ, ষট শূন্য যোগ আদি থকাত বহু সমস্যা সহজে সমাধা হ’ব৷
বৃষ:  শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং বগা৷ ঘৰুৱা জীৱন
শুভাশুভ মিশ্ৰিত৷ বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা৷ লেখক-লেখিকা তথা বুদ্ধিজীৱীৰ সুনাম অৰ্জন৷ কোনো মাংগলিক
কৰ্মৰ যো-জা হ’ব পাৰে৷ সৎ বন্ধু লাভ৷
মিথুন: শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ৰ, প্ত৷ শুভ ৰং নীলা৷ শৰীৰ প্ৰায়
ভালেই৷ যিকোনো কামতে প্ৰথমে বিৰক্তি ভাব আহিব পাৰে৷ ধৰ্মীয় কৰ্মত মনোযোগ৷ সংগীত, নৃত্যু, নাটক আদি
কলাত যোগ্যতা প্ৰকাশ পাব৷
কৰ্কট: শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং মাখন৷
ব্যৱসায়-বাণিজ্যত প্ৰচুৰ উন্নতি৷ পাৰিবাৰিক জীৱন সুখৰেই৷ অহংকাৰ বা মইবৰ ভাব পোষণ কৰি নিজৰ
প্ৰতিপত্তি চলাবলৈ গ’লে অসুবিধাতহে পৰিব৷
সিংহ: শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং গেৰুৱা৷ ব্যৱসায়ত
উন্নতি৷ স্বাস্থ্য ক্ষেত্ৰতো প্ৰায় উন্নত পাব৷ বিদ্যাৰ্থীৰৰ একাগ্ৰতা বৃদ্ধি৷ সন্তানৰ উন্নতি৷ খৰচৰ মাত্ৰা
ঊধ্বৰ্গতিত৷
কন্যা : শুভ কাৰক গ্ৰহ শনি, বুধ৷ শুভ সংখ্যা প্ত, জ্জ৷ শুভ ৰং সেউজীয়া৷
পাৰিবাৰিক জীৱন সুখৰেই৷ ঘৰত কোনো মাংগলিক কৰ্মৰ যো-জা হ’ব পাৰে৷ বিভিন্ন সমস্যাই ব্যতিব্যস্ত
কৰিলেও মনৰ জোৰতে সেইবোৰ অতিক্ৰম কৰিব পাৰিব৷
তুলা: শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, জ্জ৷ শুভ ৰং নীলা৷
অপ্ৰত্যাশিতভাৱে কোনো সুখবৰ পাব পাৰে৷ স্বাস্থ্য প্ৰায় ভালেই৷ শিল্পী, সাহিত্যিক তথা বুদ্ধিজীৱীৰ মৌলিক
প্ৰতিভা বিকাশ পাব৷
বৃশ্চিক: শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং মুগা৷ যি কামতেই
হাত দিয়ক কৰ্মদক্ষতা আৰু সততাৰ গুণত ভাল ধৰণে আগুৱাই নিব পাৰিব৷ ধৰ্মীয় কৰ্মত ধাউতি বাঢ়িব৷
সৃজনীমূলক কামত সুখ্যাতি৷
ধনু: শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং মুগা৷ শিল্পী-
সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে শুভ দিন৷ ব্যস্ততাৰে দিনটো পাৰ হ’ব৷ হিচাপতকৈ কামৰ বোজা বাঢ়িব৷
স্বাস্থ্যৰ প্ৰতি চকু ৰাখক৷
মকৰ : শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা জ্জ, জ্ঝ৷ শুভ ৰং কফি৷ ৰাইজৰ
কামত ব্যস্ত থাকি ভাল পাব৷ ক্ষেত্ৰবিশেষে মান-মৰ্যাদা লাভ৷ দাম্পত্যত সুখী৷ প্ৰতিযোগিতামূলক কামত
সফলতা৷ সংগীত আদি কলাত যোগ্যতা প্ৰকাশ৷
কুম্ভ :শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ ৰং কফি৷ স্বাস্থ্য ক্ষেত্ৰত বিশেষ
আমনি নাপায় যদিও সতৰ্ক হোৱা ভাল– যাতে হঠাৎ দুখ-চুখ পাব লগা নহয়৷ কথোপকথন বা বক্তৃতাদি দিয়াত
পাৰদৰ্শিতা৷
মীন : শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সোণালী৷ দিনটো
ভাল ধৰণেই পাৰ হ’ব৷ নতুন সা-সম্পত্তি লোৱাৰ কথা ভাবিব পাৰে৷ পাৰিবাৰিক জীৱন শুভাশুভ মিশ্ৰিত৷ অৰ্থ
কষ্টৰ উপশম পাব৷

Share This