আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Kakali Deka October 02, 2023

সোমবাৰ, ২ অক্টোবৰ, ১৪ আহিন আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশিৰ আদ্যাক্ষৰ অ, ল৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ
ৰং বগা৷ হঠাৎ কোনো সু-খবৰ পাব পাৰে৷ বেপাৰ-বাণিজ্যত জড়িতসকলৰ প্ৰচুৰ
উন্নতি৷ স্বাস্থ্য প্ৰায় ভালেই পুৰণা ৰোগগ্ৰস্তয়ো কিছু সকাহ পাব৷ ধৰ্মত মতি৷

বৃষ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব৷ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ
ৰং নীলা৷ সন্তানৰ পৰা সুখী৷ স্বাস্থ্যক্ষেত্ৰত বিশেষ আমনি নাপাব৷ আপুনি ভবাৰ
দৰে কামবিলাক হৈ উঠাত বাধা পাব৷ ঘৰুৱা জীৱনত বুজাবুজি থাকিব৷
মিথুন ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ৷ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷
শুভ সংখ্যা ৰ, প্ত৷ শুভ ৰং সোণালী৷ ব্যৱসায়-বাণিজ্যত উন্নতি৷ সকলোৰে লগত
সদ্ভাৱ-সম্প্ৰীতি বজাই ৰাখি চলিব পাৰিব৷ ভাগ্যোদয়ৰ সুযোগ মিলিব৷ ধৰ্মীয় কৰ্মত
মনোযোগ বৃদ্ধি৷
কৰ্কট ৰাশিৰ আদ্যাক্ষৰ ড, হ৷ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২,
৩৷ শুভ ৰং গেৰুৱা৷ স্বাস্থ্য প্ৰায় ভালেই৷ বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি৷ আয় চাই
ব্যয় কৰা টান হ’ব৷ কৰ্মত উৎসাহ-উদ্দীপনা৷ দাম্পত্যত মধ্যম৷
সিংহ ৰাশিৰ আদ্যাক্ষৰ ম, ট৷ শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ
ৰং বাদামী৷ সংগীত আদি কলাত যোগ্যতা প্ৰকাশ৷ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক৷ বন্ধু-
বান্ধৱৰ সু-পৰামৰ্শই আপোনাৰ উন্নতিত সহায় কৰিব৷
কন্যা ৰাশিৰ আদ্যাক্ষৰ প, ঠ৷ শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা প্ত, জ্জ৷ শুভ
ৰং মুগা৷ স্বাস্থ্য প্ৰায় ভালেই৷ বুদ্ধিজীৱীৰ জনপ্ৰিয়তা বাঢ়িব৷ ভ্ৰাতৃৰ উন্নতি আৰু
ভ্ৰাতৃসম ব্যক্তিৰ পৰা সহায়- সহযোগ পাব৷ কৰ্মত যোগ্যতা প্ৰকাশ৷
তুলা ৰাশিৰ আদ্যাক্ষৰ ৰ, ত৷ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, জ্জ৷ শুভ
ৰং নীলা৷ ঘৰুৱা জীৱন সুখ-শান্তিময়৷ বিদ্যা-বুদ্ধিত ভালেই৷ সামাজিক কামৰ মাজেদি
সুখ্যাতি লভিব৷ আৰ্থিক উন্নতিৰ মৃদু যোগ৷
বৃশ্চিক ৰাশিৰ আদ্যাক্ষৰ ন, য৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷
শুভ ৰং গুলপীয়া৷ শাৰীৰিক ক্ষেত্ৰত আমনি কম৷ আইনজীৱী, চিকিৎসক, প্ৰশাসক
আদি বৃত্তিধাৰীৰ বাবে অনুকূল৷ শত্ৰুৰ প্ৰৰোচনামূলক কামে কৰ্মোন্নতিত বাধা দিব৷
ধনু ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ৷ শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২,
৩৷ শুভ ৰং মাখন৷ চাকৰি প্ৰাৰ্থীসকলে সম্ভৱস্থলত কৰ্ম সংস্থাপনৰ সুখবৰ পাব৷
কৰ্মক্ষেত্ৰত সহায়-সহযোগ পাব৷ সাহসেৰে আগবাঢ়িলে যিকোনো কামতে সফল হ’ব৷

মকৰ ৰাশিৰ আদ্যাক্ষৰ খ, জ৷ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা জ্জ, জ্ঝ৷
শুভ ৰং ৰঙা৷ স্বাস্থ্য মোটামুটি ভালেই৷ ঘৰুৱা জীৱন আন দিনাতকৈ উন্নত৷ বিবাহ
প্ৰাৰ্থীৰ বিবাহৰ যোগাযোগত শুভ৷ বন্ধু-বান্ধৱৰ লগত সদ্ভাৱ-সম্প্ৰীতি বাঢ়িব৷
কুম্ভ ৰাশিৰ আদ্যাক্ষৰ গ, শ, স৷ শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, জ্জ৷
শুভ ৰং ক’লা৷ সকলোৰে লগত মিলিজুলি থাকি ভাল পাব৷ ক্ষেত্ৰ বিশেষে মান-মৰ্যাদা
পাব৷ বিদ্যাত শুভ৷ ঘৰুৱা পৰিৱেশ গতানুগতিক৷ ৰাজনীতিত জনপ্ৰিয়তা বৃদ্ধি৷
মীন ৰাশিৰ আদ্যাক্ষৰ দ, চ৷ শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ৩, ৬৷
শুভ ৰং মুগা৷ বেলি আগুৱাই যোৱাৰ লগে লগে ক্ৰমে মনটোও ফৰকাল পাব৷ বিদ্যাৰ্থীৰ
বহুমুখী প্ৰতিভা৷ মাতৃৰ স্বাস্থ্য কিছু দুৰ্বল৷ খৰচ হ’লেও তাৰ পৰিপূৰক হিচাপে কিছু
আমদানিও হ’ব৷

Share This