বোকাখাতত আকাশৰ পৰা সৰি পৰিল ডাৱৰ !

Kakali Deka July 04, 2025

ডিজিটেল ডেস্কঃ বোকাখাতত সংঘটিত হৈছে এক অলৌকিক ঘটনা।  বোকাখাতত আকাশৰ পৰা সৰি পৰিল ডাৱৰ !

আকাশৰ ডাৱৰ মাটিলৈ নামি অহা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই আজব আৰু অলৌকিক ঘটনাক লৈ অঞ্চলটোত চৰ্চা অব্যাহত আছে।

কাহানিও চকুৰে নেদেখা তথা চুবলৈ নোপোৱা ডাৱৰবোৰ দেখি-চুই অভিভূত কৌতূহলী লোক ।

জীৱন কালত এনে আজব কথাৰ গুজব নুশুনা মানুহে স্পৰ্শ কৰিছে আকাশৰ ডাৱৰ সদৃশ থোপা থোপা শুভ্ৰ দ'ম ।

আনকি গা-গছতো দেখিবলৈ পোৱা গৈছে ডাৱৰৰ সৰি পৰা টুকুৰা।

বোকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয় চৌহদৰ চেগুন বাৰীত দেখা গ'ল এই দৃশ্য ।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This