​​​​​​​ সামাজিক মাধ্যমত যুৱতীৰে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেলৰ ভাবুকি!গুৱাহাটীত অধিবক্তাক গ্ৰেপ্তাৰ

Jyoti Borah August 14, 2023

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত যুৱতীৰে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেলৰ ভাবুকি দি আৰক্ষীৰ জালত পৰিল এজন অধিবক্তা৷ জাহিৰ আব্বাচী নামৰ অধিবক্তাজনে তেওঁৰ প্ৰেয়সীৰে হোৱা কোনো সংঘাতক লৈ উক্ত ভাবুকি দি অহা যুৱতীগৰাকীয়ে গীতানগৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিতে আজি গীতানগৰ আৰক্ষীয়ে চানমাৰিৰ পৰা অধিবক্তাজনক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখে ৷

Share This