মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা

Kakali Deka October 21, 2025

ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে মানকাচৰ আৰক্ষীৰ অভিযান।

আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী।

ধৃত মানকাচৰ থানা এলেকাৰ ডাকেৰ গাঁৱৰ জিয়াদুল মিঞা।

আৰক্ষীৰ অভিযানত ধৃত সৰবৰাহকাৰীৰ পৰা ১০টা বাণ্ডিলত ১৪৪০টা কেপচুল জব্দ কৰে।

লগতে ML14-7617 নম্বৰৰ এখন আপাচী বাইক, এটা ম'বাইল ফ'ন জব্দ কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি,মানকাচৰ আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ীক সোধা-পোছা অব্যাহত ৰাখিছে।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This