ভূমিকম্প‌ই জোকাৰি গʼল সমগ্ৰ ৰাজ্য, আপুনি গম পালে নে ?

Kakali Deka August 14, 2023

ডিজিটেল ডেস্ক: কিছুসময় পূৰ্বে ৰাজ্যত অনুভূত হʼল ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ হʼল বাংলাদেশৰ কানাইঘাট। ৮ বাজি ১৯ মিনিটত অনুভূত হয় এই কম্পন। ৰিখটাৰ স্কেলত প্ৰাবল্য ৫.৪।

Share This