চুলি পকা সমস্যাত ভুগিছে নেকি? আহাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰক এইসমূহ খাদ্য
Kakali Deka
November 08, 2023
ডিজিটেল ডেস্ক: আজিকালি বেছিভাগ লোকৰে কম বয়সতে চুলি পকাৰ দৰে
সমস্যাত ভোগা দেখা যায়। বহু সময়ত আমাৰ দৈনন্দিন খাদ্য তালিকাত অধিক গুৰুত্ব দিয়াটো আৱশ্যক হৈ
একাংশ লোকে থাইৰয়ড, ৰক্তহীনতাৰ দৰে ৰোগৰ ভুক্তভোগী হ'লেও কম
বয়সতে চুলি পকিবলৈ আৰম্ভ
কৰে। আনহাতে, চুলিত প্ৰয়োজনীয় পুষ্টিৰ অভাৱৰ বাবেও এনেধৰণৰ
সমস্যা আৰম্ভ হয়। এনে পৰিস্থিতিত
পৰে। সেয়েহে আমাৰ খাদ্যৰ
তালিকাত এনে কিছুমান খাদ্য অন্তর্ভুক্ত কৰাৰ প্ৰয়োজন, যিবোৰ খাদ্যৰ
পৰা আমি ভিটামিন
ডি, ভিটামিন ই আৰু বি12সমৃদ্ধ। গতিকে আমাৰ খাদ্যৰ তালিকাত
কোনবোৰ খাদ্য অন্তর্ভুক্ত
কৰিব লাগে জানো আহক।
কণীঃ-কণী স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। কণীত যথেষ্ট পৰিমাণে প্ৰ'টিন পোৱা
যায়। চুলি উন্নত কৰিবলৈ আৰু পকা চুলিৰ পৰা পৰিত্ৰাণ পাবলৈ খাদ্যৰ তালিকাত কণী অন্তৰ্ভুক্ত কৰিব
পাৰে।
দৈঃ-দৈত যথেষ্ট পৰিমাণে ভিটামিন বি12 থাকে, যি চুলি ক'লা ৰখাত উপকাৰী। যদি আপুনি বিচাৰে, আপুনি গ্ৰীষ্মৰ দিনবোৰত দৈৰ লাচি বনাও নিয়মিতভাৱে গ্ৰহণ কৰিব পাৰে।
মেথি:-মেথিয়ে চুলি ক'লা কৰাত সহায় কৰে। প্ৰকৃততে মেথিত লো আৰু আঁহ অধিক পৰিমাণে থাকে,
যি চুলিত মেলানিন নামৰ উপাদান বৃদ্ধি কৰিবলৈ সক্ষম হয়। কাৰণ মেলানিনৰ অভাৱৰ বাবেই
চুলি কম বয়সতে পৰিবলৈ আৰম্ভ কৰে। সেয়েহে মেলানিন থকা বস্তু অধিক গ্রহণ
সেউজীয়া শাক-পাচলিঃ-সেউজীয়া পাচলি নিশ্চিতভাৱে
খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। সেউজীয়া পাচলি ভিটামিন বি, ভিটামিন আৰু অন্যান্য পুষ্টিৰে সমৃদ্ধ
Share This