৩০ এপ্রিল-৪ মে'লৈ দেশজুৰি স্মাৰ্ট বাজাৰৰ 'ফুল পেইচা ৱাচুল ছেল'

dainik janambhumi April 30, 2025

ডিজিটেল ডেস্ক : স্মার্ট বাজাৰৰ বহু প্রত্যাশিত বিক্রী মেলা 'ফুল পেইচা বাচুল ছেল' সমগ্র দেশজুৰি ৩০ এপ্ৰিলৰ পৰা ৪ মে'লৈকে অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত ৯৩০খনতকৈও অধিক স্মাৰ্ট বাজাৰ ষ্টোৰে অংশগ্ৰহণ কৰিব। গেলামাল সামগ্ৰীৰ পৰা ফেশ্বন, ঘৰুৱা আৰু অন্যান্য সামগ্ৰী ৰেহাই মূল্যত এই সময়ত ক্ৰয় কৰিব পৰা যায়।

এই বিক্ৰীৰ সময়ত মাত্ৰ ৭৯৯ টকাত ৩ কেজি চাউল, ৩ লিটাৰ তেল, ২ পেকেট বিস্কুট কিনাৰ বিনিময়ত এপেকেট ফ্রী, বেডশীটত ৭০% ৰেহাই আদি সুবিধা থাকিব। ৰিলায়েন্স ৰিটেইলৰ মুখ্য কার্যবাহী বিষয়া দামোদৰ মলে গ্রাহকসকলক স্মার্ট বাজাৰৰ এই অফাৰৰ সুবিধা গ্ৰহণ কৰিবলৈ গ্রাহকসকলক আহবান জনায়।

Share This