মগু দাইল খাওক আৰু লাভ কৰক অনেক চমৎকাৰী উপকাৰ

Jyoti Borah August 28, 2023

ডিজিটেল ডেস্ক: ভাৰতীয় সমাজত মগু দাইলক (Moong Dal) অতি স্বাস্থ্যসন্মত বুলি বিবেচনা কৰা হয় । সহজে হজম হোৱা মণ্ড দাইল ভাৰতত যথেষ্ট পৰিমাণে খোৱা খাদ্যবোৰৰ ভিতৰত অন্যতম। মঞ্চ দাইল কেইবা প্ৰকাৰৰো পোৱা যায় যেনে- গোটা মণ্ড, বাকলি থকা ফলা মণ্ড, বাকলি নথকা হালধীয়া মণ্ড। চিকিৎসক আৰু বিশেষজ্ঞসকলেও অসুস্থ লোকৰ আহাৰৰ তালিকাত মণ্ড দাইল অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে। মণ্ড দাইলৰ পৰা অনেক পুষ্টি লাভ কৰা যায়। এই দাইলৰ উপকাৰিতাৰ বিষয়ে জানো আহক মও দাইলত থকা পুষ্টি 
মও দাইলত এ, বি আৰু চি ভিটামিন প্ৰচুৰ পৰিমাণে থাকে। মগু দাইলত কেলচিয়াম, পটাছিয়াম থকাৰ লগতে আহজাতীয় আৰু লৌহ জাতীয় পদার্থ ভৰপূৰ হৈ থাকে । গজালি ওলোৱা গোটা মঞ্চৰ পুষ্টিৰ পৰিমাণ দুগুণ হয়। গঞ্জালি ওলোৱা মণ্ডত মেগনেছিয়াম, তাম, ফলেট, ৰাইব'ফ্লেভিন, ভিটামিন, ভিটামিন চি, ফাইবাৰ, পটাছিয়াম ফছফনাছ, আহৰণ, ভিটামিন বিচ, নিয়াচিন, থিয়ামিন আৰু প্ৰটিন থাকে। যিহেতু গজালি ওলোৱা মস্তুত লুকজৰ ভৰ অতি কম সেয়ে, এনে মঞ্চ মধুমেহ ৰোগীৰ বাবে যথেষ্ট উপকাৰী ।

মণ্ড দাইলৰ উপকাৰিতাসমূহ

১) মণ্ড দাইলৰ পানীয়ে শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰে আৰু তেজত গ্‌লুকজৰ ভৰ নিয়ন্ত্ৰণ কৰে। সেয়েহে মঞ্চ দাইল মধুমেহ ৰোগীয়ে উত্তম ফল লাভ কৰে।

২) মঞ্চ দাইলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে আৰু সেয়েহে মণ্ড দাইলৰ পানী খালে পাচন তন্ত্ৰই ভালদৰে কাম কৰাত সহায় কৰে।

৩) মঞ্চ দাইল খাই কোষ্ঠকাঠিন্য, গেছ, পেট ফুলা আদিৰ দৰে সমস্যাবোৰৰ উপশম পাব পাৰি ।

৪) মঞ্চ দাইলত থকা এণ্টি-মাইক বায়েল আৰু এন্টি ইনফ্লেমেটৰী গুণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

৫) মাই ক্তচাপ স্বাভাৱিক আৰু নিয়ন্ত্ৰিত হৈ থকাত সহায়ক হয়। 

৬) অলিগ ছেকাৰাইডজ হৈছে এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট আৰু অংকুৰিত মণ্ডত ইয়াক পোৱা যায় ৷ ই

শৰীৰক গুৰুতৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ।

৭) মণ্ডত এ আৰু চি ভিটামিন থাকে। মণ্ড দাইলে ছালৰ গঠন উন্নত কৰে আৰু ছাল কোমল কৰি ৰাখে।

৮) মগু দাইলত থকা কেলচিয়ামে মানুহৰ হাড়বোৰ শক্তিশালী কৰে আৰু হাড় ভঙাৰ সম্ভাৱনা হ্ৰাস কৰে।

৯) মগু দাইল পুষ্টিকৰ হোৱাৰ লগতে ইয়াক হজম কৰাও সহজ। সেয়ে, চিকিৎসকসকলে প্ৰায়ে ৰোগীসকলক মণ্ড দাইল আৰু ইয়াৰ খিচিৰি খোৱাৰ পৰামৰ্শ দিয়ে।
 

Share This