আজি জুলাই মাহৰ অন্তিম দিন! ৰাশিফল চাই জানি লওক কেনে যাব দিনটো

Jyoti Borah July 31, 2023

৩১ জুলাই ২০২৩, সোমবাৰ

মেষঃ কোনো আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজি আঁতৰ হ’ব| আত্মবিশ্বাস ৰাখিব| শুভ সংখ্যা ৩, শুভ ৰং মেৰুণ| 

বৃষঃ খৰচ নিয়ন্ত্ৰণ কৰিব| আনৰ বাবে আজি আপুনি কষ্ট পাব| স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব| কফজনিত ৰোগে দেখা দিব পাৰে| শুভ সংখ্যা ৬ , শুভ ৰং গাঢ় নীলা|

মিথুনঃ আজি পৰিস্থিতি ভাল হ’ব। কিছু সময়ৰ বাবে মনত চলি থকা যিকোনো যুদ্ধ সমাপ্ত হ’ব। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা| শুভ সংখ্যা ৮ , শুভ ৰং ৰূপালী |

কৰ্কটঃ কোনো কামৰ সমাধান লাভ কৰিব। কৰ্মস্থানত ব্যস্ততা বাঢ়িব। পতি-পত্নীৰ মাজত সমন্বয় বজাই ৰাখিব। শুভ সংখ্যা ৬ , শুভ ৰং গুলপীয়া |

সিংহঃ কৰ্মস্থানত ব্যস্ততা বাঢ়িব| ঘৰৰ মানুহৰ লগত মনোমালিন্য হ’ব| ব্যৱসায়ত চিন্তা বাঢ়িব| শুভ সংখ্যা ৯ , শুভ ৰং ৰঙা|

কন্যাঃ স্বাস্থ্যক লৈ চিন্তিত হ’ব| হাতত থকা পইচা অধিক মাত্ৰাত খৰচ হ’ব| শিক্ষাৰ্থীসকলে সফলতা পাব| শুভ সংখ্যা ১, শুভ ৰং বাদামী|

তুলাঃ কোনো কামৰ বাবে অধিক চিন্তা নকৰিব| ভ্ৰমণৰ সম্ভাৱনা আছে| স্বাস্থ্য ভালে যাব| শুভ সংখ্যা ৭, শুভ ৰং আকাশী|

বৃশ্চিকঃ এলাহক নিজৰ ওপৰত জয়ী হ’বলৈ নিদিব| কাৰোবাৰ লগত কথা কওতে সাৱধানে ক’ব| প্ৰেমত মধুৰতা| শুভ সংখ্যা ৮, শুভ ৰং সেউজীয়া |

ধনুঃ যদি আপুনি কৰবাত মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে ইয়াক তৎক্ষণাৎ কাৰ্যকৰী কৰক। অযথা খৰচ নকৰিব| শুভ সংখ্যা ২ ,শুভ ৰং বগা |

মকৰঃ আজি পৰিস্থিতি ভাল হ’ব। কিছু সময়ৰ বাবে মনত চলি থকা যিকোনো যুদ্ধ সমাপ্ত হ’ব। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা| শুভ সংখ্যা ৮ , শুভ ৰং ৰূপালী|

কুম্ভঃ খৰচ নিয়ন্ত্ৰণ কৰিব| আনৰ বাবে আজি আপুনি কষ্ট পাব| স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব| কফজনিত ৰোগে দেখা দিব পাৰে| শুভ সংখ্যা ৬ , শুভ ৰং গাঢ় নীলা|

মীনঃ বেলেগৰ কামত অত্যাধিক জড়িত হোৱাৰ সলনি নিজৰ কামত গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে শুভ। শুভ সংখ্যা ২, হালধীয়া।

Share This