কেনে যাব আপোনাৰ আজিৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল

Kakali Deka August 23, 2023

ডিজিটেল ডেস্কঃআজি ২০২৩ চনৰ  ২৩ আগষ্ট । আজি কেনে যাব আপোনাৰ দিনটো। জানো আহক দিনটোৰ ৰাশিফল-

১. মেষ ৰাশি- আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব৷  কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ'ব। স্বাস্থ্য ভালে থাকিব।প্ৰেমত মধ্যম। শিঙাল জন্তুৰ পৰা সাৱধান।

২. বৃষ ৰাশি -বন্ধুৰ সৈতে মিলন হ'ব।  সংসাৰত শুভ।  শৰীৰ অসুস্থ। প্ৰেমত সন্দেহ। বিদ্যাত বাধা।খৰচ বৃদ্ধিৰ যোগ ।বিজ্ঞানক্ষেত্ৰৰে জড়িতসকলৰ শুভ।

৩. মিথুন ৰাশি-  ভ্ৰমণ হ'ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷প্ৰেমত মধ্যম।

৪. কৰ্কট ৰাশি -শুভ সংবাদ লাভ কৰিব৷। প্ৰেমত আশা বৃদ্ধি। শৰীৰত গুৰুত্ব দিয়ক।খৰচ বৃধ্দিৰ যোগ। কিন্তু হাতলৈ ধনো আহিব। মাতৃৰ শুভ।

৫. সিংহ ৰাশিৰ - আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। মানসিক শান্তি ভংগ। নতুন খবৰ লাভ কৰিব।

৬. কন্যা ৰাশি - আয় বাঢ়িব৷প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। প্ৰেমত মধ্যম।পিতৃ-মাতৃৰ বাবে চিন্তা। 

৭. তুলা ৰাশি - ধন খৰচ হ'ব৷ মনৰ আশা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত সংঘাত। বন্ধুৰ সহায় লাভ।হঠাতে ভাল খবৰ পাব পাৰে।গৱেষক-বিজ্ঞানী আদিৰ বাবে ভাল দিন।

৮. বৃশ্চিক ৰাশি -মনত কষ্ট পাব।  আপুনি কামক লৈ সজাগ হোৱাটো ভাল হ'ব। সন্তানক লৈ চিন্তা। খৰচ নিয়ন্ত্ৰণ কৰক । প্ৰেমত ভুল বুজা-বুজি। 

৯. ধনু ৰাশি- মানুহে প্ৰশংসা কৰিব।  দেহত বিষ হ'ব পাৰে। আলহীৰ আগমন। খৰচ বৃদ্ধি। শুভ সংবদ লাভ কৰিব পাৰে। চকুৰ যত্ন ল’ব।

১০. মকৰ ৰাশি- আত্মীয়ৰ সৈতে মিলন। এলাহ ভাৱ দূৰ হ'ব। সন্তানক নজৰ দিয়ক। প্ৰশংসা লাভ।প্ৰেমত নতুন যোগাযোগ। ধন ব্যয়ৰ যোগ। 

১১. কুম্ভ ৰাশি - সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক।  খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত শুভ। নতুন ভাল খবৰে আনন্দিত কৰিব।

১২. মীন ৰাশি- নতুন বস্তু কিনা হ'ব পাৰে। প্ৰেমত মধ্যম। শুভ  সংবাদ লাভ। ভ্ৰমণত শুভ।পানীৰ   পৰা সাৱধানে থাকিব।বিজ্ঞান জগতৰ সৈতে জড়িতসকলৰ বাবে ভাল দিন।

Share This