আজি ১৩ আগষ্ট! দিনটো কেনেদৰে যাব চাই লওক

Jyoti Borah August 13, 2023

১৩  আগষ্ট, দেওবাৰ
মেষঃ ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্ৰহ মঙল,ৰবি। শুভ সংখ্যা ১,৯। শুভ ৰং ৰঙা। কথা-বাৰ্তাত সাবধান হব,কথাত পিছল খাই অপ্ৰস্তুত হব পাৰে।যথেষ্ট ব্যস্ততাৰে দিনটো পাৰ হব। ধৰ্মত মতি। সৎ বন্ধু লাভ।
বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই,উ,ব। শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ। শুভ সংখ্যা ২ , ৬। শুভ ৰং  বগা । কৰ্মত দক্ষতা প্ৰকাশ। প্ৰেম-প্ৰীতিত শুভ । বিয়া-বাৰুৰ কথাত সুফল পাব । মাতৃৰ শৰীৰ দুৰ্বল ।
মিথুনঃ ৰাশিৰ আদ্যাক্ষৰ  ক,ছ, ঘ । শুভ কাৰক গ্ৰহ বুধ , ৰবি।     শুভ সংখ্যা  ১,৫ । শুভ ৰং  ৰঙা ।ৰাইজৰ কামৰ মাজেদি জনপ্ৰিয়তা আৰ্জন ।কোনোৱে  আপোনাৰ জনপ্ৰিয়তাত ঈৰ্ষান্বিত হৈ সন্মান ম্লান কৰিবলৈ চাব। বন্ধু-বান্ধৱ, শুভাকাঙ্ক্ষীৰ আগমন হব ।
কৰ্কটঃ ৰাশিৰ আদ্যাক্ষৰ  ড, হ । শুভ কাৰক গ্ৰহ  বৃহস্পতি,চন্দ্ৰ। শুভ সংখ্যা ২,৩ । শুভ ৰং  মাখন ।ভ্ৰমণ হব পাৰে । সম্তানৰ প্ৰতি চকু ৰাখক । স্বাস্থ্য প্ৰায় ভালেই যাব ।কোনো মাঙ্গলিক কৰ্মৰ যো-জা হব পাৰে। বাই-ভনী, ককাই-ভাইৰ লগত মিলিজুলি থাকি দিনটো ভাল ধৰণেই পাৰ হব । কলা-সংস্কৃতিৰ প্ৰতি ৰাপ বাঢ়িব ।
সিংহঃ ৰাশিৰ আদ্যাক্ষৰ ম, ট। শুভ কাৰক গ্ৰহ ৰবি, মণ্ডল। শুভ সংখ্যা ১, ৯। শুভ ৰং গেৰুৱা ৰাইজৰ কামত দেহেকেহে খাটিলেও আশা কৰা মতে সম্মান নাপাবও পাৰে। স্বাস্থ্যক লৈও চিন্তিত। আর্থিক সমস্যাই চিন্তাত পেলাব।
কন্যাঃ ৰাশিৰ আদ্যাক্ষৰ প, ঠ। শুভ কাৰক গ্ৰহ বুধ, শনি। শুভ সংখ্যা ৫, ৭ । শুভ ৰং সেউজীয়া। আপোনাৰ গাত সুপ্ত হৈ থকা পাণ্ডিত্য প্ৰতিভা প্ৰকাশৰ সুযোগ পাব। ব্যৱসায়ত শুভ। বিদ্যাৰ্থীৰ বহুমুখী প্রতিভা। ক্ষেত্রবিশেষে সন্মান পাব। 
তুলাঃ ৰাশিৰ আদ্যাক্ষৰ ৰ, ত। শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। বেলি আগুৱাই যোৱাৰ  লগে লগে ক্রমে মনটোও মুকলি পাব। বিভিন্ন সমস্যাই আমনি দিলেও আপুনি মনৰ জোৰতে সেইবোৰ নিয়ন্ত্ৰণ কৰি ল'ব পাৰিব ৷
 বৃশ্চিকঃ ৰাশিৰ আদ্যাক্ষৰ ন, য। শুভ কাৰক গ্ৰহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং মুগা। নিৰিবিলি পৰিৱেশ ভাল পাব। কোনোৱে পুৰণা দিনৰ কথা ৰোমন্থন কৰিব। শত্ৰুৰ ষড়যন্ত্র ব্যর্থ হ'ব। আজি অত্যন্ত শুভ দায়ক উভয়চৰী যোগ হোৱাত ধন-সম্পদৰে সামাজিক প্রতিপত্তি, মান-মর্যাদা বৃদ্ধি পাব ।
ধনু : ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ। শুভ কাৰক গ্রহ বৃহস্পতি চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং সোণালী। শত্ৰুৰ ষড়যন্ত্র সফল নহ'ব। তথাপি ঘৰ বিভীষণৰ পৰা সতর্ক থাকক। সং দোষেও আমনি দিব পাৰে। আর্থিক উন্নতিৰ যোগ। 
মকৰ : ৰাশিৰ আদ্যাক্ষৰ খ, জ। শুভ কাৰক গ্ৰহ মণ্ডল, শনি শুভ সংখ্যা ৭, ৯। শুভ ৰং কফি। ব্যৱসায়, বিশেষকৈ কাপো হোটেল, ফাৰ্মাচী আদিৰ ক্ষেত্ৰত প্ৰচুৰ উন্নতি। কথোপকথ বা মেলে-মিটিঙে বক্তৃতা দিয়াত দক্ষতা। কর্মোন্নতিৰ যো | 
কুম্ভ : ৰাশিৰ আদ্যাক্ষৰ গ, শ, স । শুভ কাৰক গ্ৰহ শুক্র, শি শুভ সংখ্যা ৬, ৭। শুভ ৰং বেঙুনীয়া। শৰীৰ প্ৰায় ভালো আৰ্থিক উন্নতিৰ মৃদু যোগ। কর্মক্ষেত্ৰত নতুন নতুন সমস গা কৰি উঠিব পাৰে। বিদ্যা-বুদ্ধিত ভালেই।
মীন : ৰাশিৰ আদ্যাক্ষৰ দ, চ। শুভ কাৰক গ্রহ শুক্র, বৃহস্পতি। শুভ সংখ্যা ৩, ৬। শুভ ৰং সোণালী। কলা-সংস্কৃতিৰ প্ৰতি | ৰাপ বাঢ়িব । আপোনাৰ শুভাকাংক্ষীৰ পৰা পোৱা সহায়ৰ বাবে কৃতজ্ঞ। সা-সম্পত্তি বেচা-কিনাৰ ক্ষেত্ৰত লাভৱান হ'ব। পাৰিবাৰিক জীৱন গতানুগতিক।
 

Share This