ডিজিটেল ডেস্ক: জুবিন-হত্যাৰ গোচৰত কালি হত্যাৰ অন্যতম অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ জামিন আৱেদনৰ শুনানি গ্রহণ কৰে ফাষ্ট ট্রেক আদালতে। অৱশ্যে, কালি শুনানি সম্পূর্ণ নোহোৱাত ২৮ এপ্ৰিলত পৰৱৰ্তী শুনানি গ্রহণ কৰিব।
উল্লেখযোগ্য যে ইতিমধ্যেই আন এটা প্রধান অভিযুক্ত শ্যামকানুৰ জামিন আবেদন শুনানি ইতিমধ্যেই সম্পূৰ্ণ হৈছে আৰু আদালতে ৩০ এপ্ৰিললৈ ৰায়দান সংৰক্ষিত কৰি ৰাখিছে।