আলুৰ বাকলিৰো আছে বহু উপকাৰিতা

Kakali Deka June 05, 2025

ডিজিটেল ডেস্কঃ  কেৱল আলুৰে নহয়, আলুৰ বাকলিৰো আছে বহুতো উপকাৰিতা। ইয়াত ভিটামিন, মিনাৰেল, ফাইবাৰ আদি থাকে, যি শৰীৰৰ বাবে অতি উপযোগী। আলুৰ বাকলি ব্যৱহাৰ কৰি শৰীৰৰ বহুতো সমস্যাৰ উপশম কৰা যায়।


আলুৰ বাকলিৰ উপকাৰিতা:

চুলি:

আলুৰ বাকলিৰ ৰস চুলিৰ বাবে উপকাৰী। ইয়াত থকা ভিটামিন আৰু মিনাৰেলে চুলি মজবুত কৰে আৰু ক'লা হোৱাত সহায় কৰে।

স্বাস্থ্য:

আলুৰ বাকলিত থকা পুষ্টিকৰ উপাদান স্বাস্থ্যৰ বাবে অতি উপকাৰী।

সৌন্দৰ্য:

আলুৰ বাকলি ব্যৱহাৰ কৰি মুখৰ সৌন্দৰ্য বৃদ্ধি কৰিব পৰা যায়।

মাটি:

আলুৰ বাকলি মাটিৰ বাবেও উপকাৰী। ইয়াৰ ফাইবাৰে মাটিত পানী জমা কৰাত সহায় কৰে।


আলুৰ বাকলিৰ ব্যৱহাৰ:

আলুৰ বাকলিৰ ৰস কপাহৰ টুকুৰাত লগাই চকুৰ তলত পৰা ক'লা দাগত লগালেও ভাল ফল পোৱা যায়।

আলুৰ বাকলি পিচি ৰস উলিয়াই মুখত মালিচ কৰিলেও ভাল ফল পোৱা যায়।

আলুৰ বাকলিৰ ৰস চুলিত লগাই ধুলে চুলি মজবুত হয়।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This