মধুমিতাৰ একলম .... আপোনাৰ মুখখন ভালদৰে ৰাখিবলৈ কি কৰিব

Dainik Janambhumi August 03, 2024

ডিজিটেল ডেস্কঃ “বুজিছা মধুমিতা, মোক সকলোৱে পেণ্ডা বুলি মতা হৈছে। ৰাতি দুপৰলৈ লেপটপত অফিচৰ কাম কৰোঁতে কৰোঁতে চকু হাল কলা পৰি গৈছে। আগৰ দৰে নাই আৰু। " 
এগৰাকী বাইদেৱে আপত্তি কৰি জনালে। কাম সকলোৱে কৰিবই লাগিব, সেই বুলি নিজৰ ৰূপ লাৱণ্য অটুত ৰাখিব চেষ্টা টৰিব লাগে। এনে লোকৰ বাবে সহজতে কৰা ব্যবস্থা এনেধৰণৰ-

ৰাতি পুৱা আৰেহ চাবোনেৰে মুখখন ধুব। ইয়াত ছালকুঁৱৰী,মৌ, গ্লীচাৰিণ থকা বাবে  চকুৰ কাষৰ ছাল খন পৰিষ্কাৰ কৰাৰ লগতে আদ্ৰ কৰিব। পানী টুকি লাময়ষ্ট লগাব। ইয়াত গোলাপ, গাখীৰ, জহা চাউলৰ  উপাদান থকা বাবে দিনটোলৈ আদ্ৰতা আৰু প্ৰতিৰক্ষা পাই থাকিব। অফিচত মাজে- সময়ে ৰানী ৰোজ মিষ্ট স্প্ৰে কৰি থাকিব। 

গধুলি কামৰ পৰা আহি পুনৰ মুখখন আৰেহ চাবোনেৰে ধুই লব। ছালকুঁৱৰীৰ জেল লগাই অলপ মালিচ কৰিব। ৫ মিনিট ৰৈ গ্ৰীণ গোল্ড ছিৰাম লগাব। তাৰে দহ মিনিট পিছত এছবিএম লগাই মালিচ কৰিব। একেৰাহে ১০ দিন এই‌খিনি পালন কৰি যথেষ্ট সুফল পাব। 
তাতকৈ আগতে ভাল পাবলৈ  ছিগনেশ্বাৰৰ আই থেৰাপী কৰাব পাৰে।

Share This