আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল.....
Dainik Janambhumi
August 02, 2024
আপোনাৰ আজিৰ দিনটো
ডিজিটেল ডেস্কঃ ২আগষ্ট,২০২৪
মেষ (অ, ল): শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ বং কফি। কোনো সা-সম্পত্তি লোৱাৰ কথা ভাবিব পাৰে। আপোনাৰ গাত সুপ্ত হৈ থকা পাণ্ডিত্য প্রতিভাৰ প্ৰকাশ ঘটিব। প্রেম প্রীতিত শুভ।
বৃষ (ই, উ, ব): শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২, ৬। শুভ ৰং গুলপীয়া। দাম্পত্য জীবন উন্নত বুলিব নোৱাৰি। প্ৰেমত জটিলতা। কোনো এটা সু- খবৰ পোৱাৰ আশাত মন কিছু আনন্দিত।
মিথুন (ক, ছ, ঘ): শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ১, ৫। শুভ বং সোণালী। ৰাজহুৱা কামত ব্যস্ত থাকি ভাল পাব। শত্ৰুৰ প্ৰভাৱ দেখায়। ঘৰ বিভীষণৰ পৰা সতৰ্ক থাকক। অবাঞ্ছিত খৰচ।
কর্কট ( ড, হ): শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং জেতুকাবুলীয়া। আজি শুভ কাৰক উভয়চৰী যোগ হোৱাত দিনটো ভালেই যাব। ব্যৱসায়ত প্ৰচুৰ উন্নতি।
সিংহ ( ম, ট): শুভ কাৰক গ্ৰহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং ৰূপালী। পাৰিবাৰিক জীৱন শুভাশুভ মিশ্রিত। সন্মানহানিজনক পৰিস্থিতি এৰাই চলক। ঘৰুৱা সমস্যাই মন অশান্ত কৰি ৰাখিব। ধর্মীয় কর্মত মনোযোগ।
কন্যা ( প, ঠ): শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং অপৰাজিতা নীলা। আর্থিক উন্নতিৰ মৃদু যোগ। শিল্পী, সাহিত্যিকৰ বাবে অনুকূল। ভ্রমণ হ'ব পাৰে।
তুলা ( ৰ, ত): শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং মাখন। পাৰিবাৰিক জীৱন শুভাশুভ মিশ্রিত। প্রেম প্রীতিত জটিলতা। শত্ৰুৱে আপোনাৰ সুখ্যাতি ম্লান কৰিবলৈ চেষ্টা কৰিব।
বৃশ্চিক ( ন, য): শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং তাম বৰণীয়া। আর্থিকত ভালেই। স্বাস্থ্যৰ প্ৰতি চকু ৰাখক। খং-ৰাগ, অভিমান, অহংকাৰী ভাবক প্রশ্রয় নিদিব।
ধনু( ধ, ফ, ভ): শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং পিঁয়াজী। শৰীৰ প্ৰায় ভালেই। সংগ দোষ এৰাই চলক। ভ্ৰমণৰ যো-জা। শত্ৰুৰ প্ৰভাৱ কমিব। ধর্মত মতি।
মকৰ ( খ, জ) : শুভ কাৰক গ্রহ মঙল,শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং বাদামী। শিক্ষক, অধ্যাপক আদি বৃত্তিধাৰীৰ বাবে উন্নত দিন। আপোনাৰ অৱহেলিত ব্যক্তিজনেই আপোনাৰ উন্নতিত সহায় হ'ব।
কুম্ভ (গ, শ, স): শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং সেউজীয়া। কর্মত উৎসাহ- উদ্দীপনা। অলপ যত্ন কৰিলেই বিদ্যার্থীয়ে ভাল ফল দেখুৱাব পাৰিব।
মীন ( দ, চ): শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং হালধীয়া। স্থাৱৰ বা অস্থাৱৰ সম্পত্তি লোৱাৰ পৰিকল্পনা সফল হোৱাৰ পথত। ৰাজহুৱা কামত জড়িত থাকি ভাল পাব। বিদ্যা-বুদ্ধিত ভালেই। পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগবাঢ়িব। সন্মানহানিজনক পৰিস্থিতি এৰাই চলক।
Share This