ৰাছিয়াৰ সৈতে চুক্তি কৰা দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰাটো উচিত সিদ্ধান্ত

Kakali Deka September 09, 2025

ডিজিটেল ডেস্কঃ ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কীয়ে ভাৰতৰ নাম নোলোৱাকৈ কয় যে ৰাছিয়াৰ সৈতে চুক্তি কৰা দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰাটো 'উচিত সিদ্ধান্ত'। 

দেওবাৰে এ বি চি নিউজযোগে সম্প্ৰচাৰিত এটা সাক্ষাৎকাৰত জেলেনস্কীয়ে এইদৰে কয়। টিয়ানজিনত অলপতে অনুষ্ঠিত এছ ভি অ'ৰ সন্মিলনত ভাৰতৰ প্রধানমন্ত্রী মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙক একেলগে দেখা পোৱা চিত্ৰ দেখি আমেৰিকাই উক্ত দেশসমূহত শুল্ক আৰোপ কৰাৰ কথা সমীচীন হৈছে নে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত জেলেনস্কীয়ে এইদৰে কয়।

Share This