MENU

আপৰ ১৫টা ‘গেৰাণ্টি' মুকলি কেজৰিৱালৰ

Kakali Deka January 28, 2025

ডিজিটেল ডেস্কঃ দিল্লী বিধানসভাৰ আম আদমি পার্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে সোমবাৰে নতুন দিল্লীত দলীয় নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে।

 দিল্লীৰ জনসাধাৰণৰ বাবে এই ইস্তাহাৰত ১৫টা গেৰাণ্টিৰ বিষয়ে ঘোষণা কৰা হয় ৷ নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কেজৰিৱালে কয় যে আম আদমি পার্টিয়ে ক্ষমতালৈ আহিলে ৫ বছৰৰ ভিতৰত এই ১৫টা ‘গেৰাণ্টি’ পূৰণ কৰা হ'ব। 

এই ১৫টা গেৰাণ্টিৰ ভিতৰত প্ৰতিমাহে মহিলাসকলৰ বাবে ২১০০ টকাৰ আর্থিক সাহায্য, নিয়োগৰ সুবিধা, চিকিৎসা সেৱাৰ বাবে সঞ্জীৱনী আঁচনি, পানীৰ বকেয়া ধন ৰেহাই আদি অন্যতম বুলি কেজৰিৱালে কয় ।

Share This