ভাৰততো আৰম্ভ হʼব এয়াৰ টেক্সি

Kakali Deka November 15, 2023

ডিজিটেল ডেস্কঃ ভাৰততো পৰিচালনা কৰে। ইণ্ডিগই দেশৰ লগতে সোনকালেই এয়াৰ টেক্সি সেৱা আৰম্ভ বিদেশলৈও সেৱা আগবঢ়াইছে। আৰ্চাৰ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় এভিয়েশ্যনে আমেৰিকাৰ বাহিৰত প্ৰথমে কোম্পানী ইণ্টাৰ গ্ল'ব এণ্টাৰপ্ৰাইজে সংযুক্ত আৰব আমিৰাটৰ সৈতে এই বিষয়ত আমেৰিকাৰ ষ্টাৰ্টআপ আৰ্চাৰ এভিয়েশ্যনৰ চুক্তি কৰিছিল। ভাৰত তেওঁলোকৰ দ্বিতীয় সৈতে ভাৰতত ইলেট্রিক এয়াৰ টেক্সি লক্ষ্য। ভাৰত আৰু সংযুক্ত আৰব আমিৰাটত সেৱা আৰম্ভ কৰিব।

সকলো ঠিকে-ঠাকে একে সময়তে অর্থাৎ ২০২৬ চনত এই সেৱা থাকিলে ২০২৬ৰ পৰা অৰ্থাৎ আৰু তিনি আৰম্ভ কৰা হ'ব। ভাৰতত এই সেৱা দিল্লীৰ বছৰৰ পাছত এই সেৱা আৰম্ভ হ'ব। এই পৰা আৰম্ভ হৈ মুম্বাই আৰু বেংগালুৰু সেৱা দিল্লী, মুম্বাইৰ দৰে মহানগৰত আৰম্ভ পাবগৈ ৷ ইয়াৰ পাছত আন মহানগৰত এই কৰা হ'ব। ইণ্টাৰ গ্ল'বৰ সহযোগী সেৱা আৰম্ভ কৰাৰ বিষয়ে চিন্তা কৰা হ'ব। কোম্পানী তথা দেশৰ আগশাৰীৰ এই ইলেক্ট্রিক এয়াৰ টেক্সিয়ে পথেৰে ৬০- ব্যক্তিগত বিমান পৰিবহণ সেৱা ইণ্ডিগ’ ৯০ মিনিটত অতিক্ৰম কৰা দূৰত্ব মাত্র সাত মিনিটৰ ভিতৰত অতিক্ৰম কৰিব। ফলত যাত্ৰীৰ সময় ৰাহি হ'ব আৰু পথেৰে যাত্ৰা কৰাৰ সময়ত সন্মুখীন হোৱ যান-জঁটৰ দৰে সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব ।

 

এই টেক্সিত পাইলটৰ সৈতে পাঁচজন লোক উঠিব পাৰে। এয়াৰ টেক্সিয়ে সৰ্বাধিক প্রতি ঘণ্টাত ১৬০ কিল'মিটাৰ বেগেৰে দুশ কিল'মিটাৰ উৰিব পাৰে। বেংগালুৰুত চলিত বছৰত অনুষ্ঠিত হোৱা এয়াৰ শ্ব'ত সৰ্বপ্ৰথমে ভাৰতত এয়াৰ টেক্সি দেখিবলৈ পোৱা গৈছিল। চীনত যোৱা মাহত এয়াৰ টেক্সিৰ উৰণৰ অনুমতি দিয়া হৈছে। এহাং নামৰ কোম্পানীয়ে আৰম্ভ কৰা এই টেক্সি সেৱাৰ এয়াৰ টেক্সিৰ সৰ্বাধিক গতি প্রতি ১২৮ কিল'মিটাৰ। এই টেক্সিখনৰ বেটাৰী এবাৰ চাৰ্জ কৰাৰ পাছত ৩০ কিল'মিটাৰ চলিব পাৰে। ফ্ৰান্সত অহা বছৰ অলিম্পিকৰ সময়তে ঘণ্টাত

এয়াৰ টেক্সি সেৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে। টেক্সি সেৱা কোম্পানী উবেৰে ২০১৮ চনতে ভাৰতত এয়াৰ টেক্সি সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। উবেৰে ২০২৫ৰ পৰা ভাৰতত এই সেৱা আৰম্ভ কৰাৰ কথা ৷

Share This