ডিজিটেল ডেস্ক : জুভেনাইল ন্যায় (শিশুৰ যতন আৰু সুৰক্ষা) আইন ২০১৫-ৰ ১০ বছৰ সম্পূর্ণ হ'ল।
ভাৰতৰ ন্যায় প্রতিবেদনন বিশ্লেষণ অনুসৰি, দেশৰ ১৮ কাজ্য আৰু ২ কেন্দ্রীয় শাসিত বাজ্যত জুভেনাইল জাষ্টিচ ব'র্ড আছে। এই জুভেনাইল জাষ্টিচ ব'ৰ্ডৰ মতে দেশৰ ভিতৰতে দিল্লীত সর্বাধিক শিশু অপবাদী আছে।
২০২৩ চনত এই জুভেনাইল ক্রাইমৰ হাৰ ৪১ শতাংশ হৈছে দিল্লীত। দিল্লীৰ জুভেনাইল জাষ্টিচ ব'র্ডে ২০২২-২৩-ৰ সময়ছোৱাত ২৪৬১টা শিশু অপৰাধৰ গোচৰৰ ভিতৰত ১০৩০টা গোচৰহে নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে।