ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ দয়ালু আৰু জনপ্রিয় বিচাৰক ফ্রেংক কেপ্ৰিঅ'ৰ ৮৮ বছৰ বয়সত দেহাৱসান ঘটে। আমেৰিকাৰ ৰৌড দ্বীপ প্ৰদেশৰ অৱসৰপ্ৰাপ্ত পৌৰ ন্যায়াধীশ কেপ্রিঅ'ই কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল।
এজন দয়ালু আৰু মানৱদৰদী বিচাৰক হিচাপে জনপ্রিয় এই ন্যায়াধীশ ফ্রেংক কেপ্রিঅ'ই 'কট ইন প্রভিডেন্স' নামৰ এটা জনপ্রিয় টেলিভিছন অনুষ্ঠানৰ আঁত ধৰিছিল। সামাজিক মাধ্যমত কেপ্ৰিঅ'ৰ বিচাৰ প্রক্রিয়াই বিশেষভাৱে চর্চা লাভকৰিছিল।
উল্লেখযোগ্য যে কেপ্ৰিঅ'ৰ টেলিভিছন শ্ব'টোৰ সামাজিক মাধ্যমত ১ বিলিয়নতকৈ অধিক অনুগামী আছিল। চলিত বৰ্ষৰ ২৪ জুনত এই আবেদনো নাকচ কৰিছিল। ইয়াৰ পিছতে খানে শীর্ষ আদালতত জামিন খাৰিজৰ বিৰুদ্ধে প্রত্যাহ্বান জনায়।