তেজস্ক্রিয় সামগ্রী সিঁচৰতি হৈ থকা বুলি বেনামী সংগঠনৰ দাবী, আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত 'হাই ছিকিউৰিটি এলার্ট'

dainik janambhumi May 01, 2026

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ নাগপুৰত থকা কাৰ্যালয়ত তেজস্ক্রিয় ৰশ্মিযুক্ত সামগ্ৰী সিঁচৰতি হৈ আয়ুক্তলৈ প্ৰেৰণ কৰাৰ পাছতেই সমগ্ৰ চহৰখনতে নাগপুৰৰ মহলস্থিত আৰ এছ এছৰ মুখ্য কার্যালয় মন্দিৰত তেজস্ক্রিয় ৰশ্মিযুক্ত সামগ্রী সিঁচৰতি হৈ নিজকে 'ডি এছ এছ' বুলি দাবী কৰা অজ্ঞাত সন্ত্রাসবাদ-বিৰোধী স্কোৱাড (এ টি এছ) আৰু এন আৰম্ভ কৰে। 

যোৱা ২৭ এপ্ৰিলত নাগপুৰৰ আৰক্ষী পত্ৰখন প্ৰেৰণ কৰা হৈছিল। ইংৰাজীত লিখা সমালোচনা কৰা হৈছিল আৰু সতৰ্ক কৰি দিছিল বহুকেইটা গুৰুত্বপূর্ণ স্থানত কেছিয়াম-১৩৭ নামৰ ৰশ্মিযুক্ত পাউডাৰ সিঁচৰতি কৰি থোৱা হৈছে। নিউক্লিয়েৰ সামগ্ৰী আৰু এইবোৰ পাৰমাণৱিক সামগ্ৰীৰ পৰা তেজস্ক্রিয় ৰশ্মি বিকিৰণ হয়। 

মুখ্য কাৰ্যালয়ৰ সমীপৰ এটা মেট্র'ষ্টেছনত বহুতো বেনামী সংগঠনটোৱে এই বিস্ফোৰক সামগ্ৰীখিনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুখ্য আছে বুলি এখন বেনামী পত্র স্থানীয় আৰক্ষী নিৰাপত্তা ব্যবস্থা অধিক কটকটীয়া কৰা হৈছে। আৰু ৰেছিমবাগত থকা ড° হেডগেড় স্মৃতি আছে বুলি বেনামী পত্ৰখনত দাবী কৰা হৈছিল। 

সংগঠনটোৱে পত্ৰখন প্ৰেৰণ কৰাৰ পাছতেই ডি আৰ এফে অঞ্চলটোত ব্যাপক অনুসন্ধান আয়ুক্ত ড° ৰবীন্দ্ৰ কুমাৰ সিংঘললৈ এই বেনামী পত্রখনত বহু আপত্তিজনক শব্দবে আৰ এছ এছক যে আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ লগতে এটা উচ্চ পৰ্যায়ৰ বিপজ্জনক তেজস্ক্রিয় এই তেজস্ক্রিয় ৰশ্মিযুক্ত ইউৰেনিয়ামৰ অস্ত্ৰ আৰু বিয়েক্টৰত ব্যৱহাৰ কৰা হয়। এই উল্লেখযোগ্য যে শেহতীয়াকৈ আৰ এছ এছৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছিল আৰু পত্ৰখনত ৰাখি থোৱা বুলিও দাবী কৰিছে।

Share This