ডিজিটেল ডেস্কঃ পাকিস্তানত এতিয়া যুদ্ধৰ ভয়, আনফালে প্ৰকৃতিৰ প্ৰলয়ংকৰী বান । ভাৰতে খবৰ নিদিয়াকৈ এৰি দিছে ঝিলাম নদীৰ পানী। প্ৰলয়ংকৰী বানৰ কবলত পৰিছে এতিয়া পাকিস্তানৰ বহু অঞ্চল।
প্রতিমুহূর্ততে বাঢ়িছে ঝিলাম নদীৰ পানী।
উপায়ান্তৰ হৈ পৰিছে পাকিস্তান বহুকেইটা অঞ্চলৰ লোক।
এফালে ভাৰতে পানী বন্ধ কৰাৰ লগে লগেই খৰাং হৈ পৰিছে পাকিস্তানৰ এটা প্রান্ত।
তাৰ মাজতে ভাৰতে খবৰ নিদিয়াকৈ এৰি দিলে ঝিলাম নদীৰ পানী
মুহূৰ্ততে প্রলয়ংকৰী বানৰ কবলত এতিয়া পাকিস্তানৰ বহুকেইটা অঞ্চল।
ভাৰতৰ এই পদক্ষেপত এতিয়া হাহাকাৰ পাকিস্তানত।