MENU

বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 

Rashmi April 07, 2025

ডিজিটেল ডেস্ক : দেশৰ জনসাধাৰণৰ মূৰত পুনৰ মাধমাৰ। কিয়নো বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। 

৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। ৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব ৰন্ধন গেছ চিলিণ্ডাৰৰ নতুন নিৰিখ। 

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিকে ধৰি সকলো ধৰণৰ ঘৰুৱা গেছ চিলিণ্ডাৰ দাম বৃদ্ধি ৫০ টকাকৈ। অসমত ৮৫২ টকাৰ পৰা ৯০২ টকা অতিক্ৰম কৰিলে গেছ চিলিণ্ডাৰৰ মূল্যই।

Share This