ডিজিটেল ডেস্কঃ ৰাম মন্দিৰৰ সকলো নির্মাণকার্য সম্পূর্ণ হৈ উঠিছে আৰু অহা ২৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মূল মন্দিৰৰ ওপৰত পতাকা উত্তোলন কৰিব।
ইয়াৰ লগে লগে ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰা হ'ব। শ্ৰীৰাম জনমভূ মি তীর্থক্ষেত্র ট্রাষ্টে পতাকা উত্তোলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্রণ জনাইছে।
উল্লেখযোগ্য যে ২০২২ চনত ৰাম মন্দিৰৰ প্ৰথম পৰ্বৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল।