সংসদ টিভিত অসমীয়া ভাষাত সংসদৰ কাৰ্যবিৱৰণী
Digital desk
July 25, 2024
ডিজিটেল ডেস্কঃ সংসদ টিভিত এতিয়াৰ পৰা শুনিবলৈ পোৱা যাব অসমীয়া ভাষা।
আন অর্থত এতিয়াৰ পৰা সংসদৰ কাৰ্যবিৱৰণী সকলোৱে অসমীয়া ভাষাতো শুনিব পাৰিব। দেশৰ ১০টা ভাষাৰ লগতে অসমীয়াও সংসদ টিভিত অন্তর্ভুক্ত কৰা হৈছে। জানিব পৰা মতে, ইতিমধ্যেই সংসদৰ কাৰ্যবিৱৰণী অসমীয়ালৈ অনুবাদ কৰিবৰ বাবে নিয়োগ কৰা হৈছে কেইবাগৰাকীও দোভাষী।
সংসদত শেহতীয়াকৈ বিত্ত মন্ত্রী নির্মলা সীতাৰমণৰ বাজেট ভাষণো অসমীয়াত সম্প্ৰচাৰ কৰা হৈছিল।
Share This