ডিজিটেল ডেস্ক : উচ্চতম ন্যয়ালয়ে বৃহস্পতিবাৰে ৱাকফ (সংশোধনী) আইনক প্রত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদন সন্দর্ভত অন্তৰ্ৱৰ্তীকালীন নির্দেশ সংৰক্ষিত কৰে।
অন্তৰ্ৱৰ্তীকালীন নির্দেশৰ বিষয়টোত যোৱা ৩ দিন ধৰি মুখ্য ন্যায়াধীশ বি আৰ গৱয় আৰু ন্যায়াধীশ অগষ্টিন জর্জ মাছিৰ এখন পীঠে মুন্য ন্যায় শুনানিতা মুখ্য ম্যায়াধীশে মৌখিকভাবে কয় যে বাকফৰ পঞ্জীয়নৰ আৱশ্যকতা পূৰ্বৰ ১৯২৩ আৰু ১৯৫৪ চনৰ আইনতো আছিল।
আবেদনকাৰীয়ে মঙলবাৰে তেওঁলোকৰ যুক্তি তৰ্ক প্ৰদৰ্শন কৰাৰ বিপৰীতে কেন্দ্ৰই বুধবাৰে আৰু কালি যুক্তি তর্ক প্রদর্শন কৰে। ৰাষ্ট্ৰপতি মুর্মুৰ অনুমোদনৰ পাছত কেন্দ্ৰই ৱাকফ (সংশোধনী) আইন, ২০২৫-ৰ যোৱা মাহত অধিসূচনা জাৰি কৰিছিল।