ধাৰাসাৰ বৰষুণ! ৰাজ্যৰ  ২০খনকৈ জিলাত Yellow Alert আৰু দুখন জিলাত Orange Alert জাৰি

Rashmi June 25, 2025

ডিজিটেল ডেস্কঃ অসমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। পুনৰ ৰাজ্যৰ ২২খন জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert আৰু দুখন জিলাত বতৰ বিজ্ঞান বিভাগে Orange Alert জাৰি কৰিছে। 

বতৰ বিজ্ঞান বিভাগে আজি Yellow Alert জাৰি কৰা জিলাকেইখন-  দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), বাক্সা ,  ওদালগুৰি, দৰং, নগাঁও, হোজাই, কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ আৰু ধেমাজি জিলা।

ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত বতৰ বিজ্ঞান বিভাগে আজি Orange Alert জাৰি কৰিছে।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This