আজি ৪ ছেপ্টেম্বৰ; সোমবাৰটো আপোনাৰ কেনে যাব? জানো আহক আজিৰ দিনটোৰ ৰাশিফল

Kakali Deka September 04, 2023

ডিজিটেল ডেস্কঃ আজি ৪ ছেপ্টেম্বৰ, সোমবাৰ৷ আজিৰ দিনটো আপোনাৰ কেনে যাব? জানো আহক আজিৰ দিনটোৰ ৰাশিফল।

মেষ :শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ২, জ্ঝ৷ শুভ ৰং মুগা৷ মন ফৰকাল
পাব৷ কৰ্মত উৎসাহ-উদ্দীপনা৷ বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা৷ শৰীৰৰ প্ৰতি অৱজ্ঞা নকৰিব৷ সহায়-সহযোগ
পাব৷ ধৰ্মীয় কৰ্মত ৰাপ বাঢ়িব৷
বৃষ : শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং নীলা৷ বেছি ভাবি-
চিন্তি অবাবত সময় নষ্ট নকৰিব৷ ঘৰুৱা সমস্যা পাতলিব৷ শাৰীৰিক ক্ষেত্ৰত সাধাৰণ আমনি পালেও ভয়ৰ
কাৰণ নাই৷ ধৰ্মত মতি৷
মিথুন : শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ৰ, প্ত৷ শুভ ৰং সেউজীয়া৷ আৰ্থিক
উন্নতিৰ যোগ৷ ব্যৱসায়ত শুভ, ভ্ৰমণ হ’ব পাৰে৷ দাম্পত্যত সুখী৷ আপোনাৰ গাত সুপ্ত হৈ থকা পাণ্ডিত্য
প্ৰতিভাৰ প্ৰকাশ পাব৷
কৰ্কট : শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সোণালী৷ ৰাশিৰ
কেন্দ্ৰত পাঁচোটা গ্ৰহ, লক্ষ্মী স্থানলৈ সকলো গ্ৰহৰ দৃষ্টি পৰাৰ উপৰি শুভদায়ক ষট শূন্য যোগ, বুধাদিত্য
আদি যোগ হোৱাত কম ক্ষেত্ৰত ভালেই৷ কোনো বুদ্ধিমতী পত্নীৰ বাবে বিশেষভাৱে উপকৃত হ’ব৷
সিংহ : শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং বাদামী৷ মনোবল
থাকিব৷ মনৰ জোৰতে বহু কাম হৈ উঠিব৷ প্ৰেম-প্ৰীতিত মধ্যম৷ আপোনাৰ উন্নত চিন্তাৰ লগতে শিল্প-সাহিত্য,
ধৰ্মীয় কৰ্মাদিতো ভালেই দেখায়৷
কন্যা : শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা প্ত, জ্জ৷ শুভ ৰং বগা৷ খৰচ-পাতিত
খুব হিচাপী হ’বলৈ চেষ্টা কৰিলেও তাৰ ওলোটা ছবিহে দেখা পাব৷ অসৎ সংগৰ পৰা সতৰ্ক থাকক৷ প্ৰেমত
মধ্যম৷
তুলা : শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, জ্জ৷ শুভ ৰং নীলা৷ ৰাশিৰ পৰা জয়া
স্থানত শুভ কাৰক গুৰু চন্দ্ৰ যোগ হোৱাত আন দিনাতকৈ দিনটো যথেষ্ট ফৰকাল পাব৷ যোগাযোগত শুভ৷ প্ৰেম-
প্ৰীতি লাভ৷
বৃশ্চিক : শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং গুলপীয়া৷ ৰাজহুৱা
কামত খ্যাতি বৃদ্ধি পাব৷ প্ৰায়বোৰ যোগাযোগত আপোনাৰ যোগাত্মক ফল দেখা যায়৷ প্ৰেম-প্ৰীতিত বেছি বাধা
নাই৷ কৰ্মস্থানত আশাপূৰ্ণ পদক্ষেপৰ ইংগিত৷ ধৰ্মত মতি৷
ধনু : শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং নীলা৷ যিকোনো
আনুষ্ঠানিক কৰ্মত সুনাম লাভ কৰিব৷ পিছে আনৰ দোষ-ত্ৰুটী আপোনাৰ দৃষ্টিত তৎক্ষণাৎ পৰিব৷ প্ৰেম-
প্ৰীতি লাভ৷
মকৰ : শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা জ্জ, জ্ঝ৷ শুভ ৰং বেঙুনীয়া৷ মন
ফৰকাল, কৰ্মত উৎসাহ-উদ্দীপনা৷ সৃজনীমূলক কামত সুফল পাব৷
কুম্ভ ৰাশিৰ আদ্যাক্ষৰ গ, শ, স৷ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, জ্জ৷ শুভ ৰং ক’লা৷ অবাঞ্ছিত
খৰচ৷ মাতৃৰ শৰীৰো কিছু দুৰ্বল৷ কিছু ৰহস্যময় কথাৰ পম খেদি নোযোৱাই ভাল৷ ধৰ্মীয় কৰ্মত মনোযোগ৷
মীন : শুভ কাৰক গ্ৰহ বৃৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং হালধীয়া৷ শৰীৰ
প্ৰায় ভালেই৷ আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব৷ সৎ বন্ধু লাভ৷ পুৰণা দিনৰ কথা মনলৈ আহিব৷
সম্ভৱস্থলত ভ্ৰমণৰ যো-জা৷

Share This