ডিজিটেল ডেস্ক : প্ৰাগ নিউজৰ উপাধ্যক্ষ তথা পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণক প্রজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ 'প্রতিষ্ঠা'ৰে সন্মানিত কৰে। ৰাজস্থানৰ শান্তিবনত প্রজাপিতা ব্রহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত গ্ল'বেল ছামিট ২০২৬ আৰু নৱৰাত্র্যেৎসৱত ড° নাৰায়ণক এই সন্মান প্রদান কৰা হয়।
২৫ অক্টোবৰত অনুষ্ঠিত এই অনুষ্ঠানতে ড° নাৰায়ণে ব্রহ্মকুমাৰীৰ মুৰব্বী মোহিনী দিদিক সাক্ষাৎ কৰি সম্বর্ধনা জ্ঞাপন কৰে।