প্রাক্তন প্রধানমন্ত্রী খনাল আহত, অগ্নিদগ্ধ হৈ মৃত্যু পত্নীৰ

dainik janambhumi September 10, 2025

ডিজিটেল ডেস্কঃ নেপালৰ কাঠমাণ্ডুত উত্তেজিত প্ৰতিবাদকাৰীয়ে মঙলবাৰে সংসদ ভৱন আৰু শীতল নিৱাসত থকা ৰাষ্ট্ৰপতিৰ কাৰ্যালয় জ্বলাই দিয়ে। প্রতিবাদকাৰীয়ে মঙলবাৰে প্ৰধান প্রধান ৰাজহুৱা তথা চৰকাৰী অনুষ্ঠানৰ লগতে মন্ত্ৰী, ৰাজনৈতিক নেতা তথা তেওঁলোকৰ ঘৰ আদিকো আক্ৰমণৰ লক্ষ্য কৰি লয়।

বাতৰি মতে মঙলবাৰে সিংহ দৰবাৰ, সংসদ, উচ্চতম ন্যায়ালয়, বিশেষ আদালত, কেইবাখনো জিলা আদালত, এটর্নী জেনেৰেলৰ কাৰ্যালয়, ভূমি ৰাজহৰ কাৰ্যালয়বোৰ আৰু জ্যেষ্ঠ ৰাজনীতিকসকলৰ কাৰ্যালয় তথা ঘৰ আক্ৰমণ কৰে।

Share This