ৰাশিফল চাই জানক আপোনাৰ আজিৰ দিনটো..

Dainik Janambhumi August 06, 2024

আজি দিনটোৰ ৰাশিফল
ডিজিটেল ডেস্কঃ ৬আগষ্ট,২০২৪
মেষ:শুভ কাৰক গ্রহ মণ্ডল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং মুগা। বিদ্যা-বুদ্ধিত ভালেই। কর্মত দৃঢ়তা আৰু দক্ষতা থাকিব। বাজহুৱা কামৰ মাজেদি জনপ্রিয়তা বৃদ্ধি, বাজনীতিত শুভ।

বৃষ: শুভ কাৰক গ্রহ শুক্র, চন্দ্র। শুভ সংখ্যা ২, ৬। শুভ ৰং গেৰুৱা। শুভ কাৰক যটশূন্য, ক্ষেত্র সিংহাসনী আদি যোগ থকাত দিনটো ভালেই যাব। সৎ বন্ধু লাভ। শিক্ষক শ্রেণীয়ে সু-খবৰ লাভ কৰিব।

মিথুন: শুভ কাৰক গ্রহ ৰবি, বুধ। শুভ সংখ্যা ১, ৫। শুভ ৰং কমলা। শৰীৰ প্রায় ভালেই। মন উন্নত। আর্থিক উন্নতি হ'লেও খৰচত হাত ধৰাত টান হ'ব। সংগ দোষ এবাই চলক।

কর্কট: শুভ কাবক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং ক'লা। আর্থিক উন্নতিৰ যোগ। আপোনাৰ মধুৰ ব্যৱহাৰ আৰু সহিষ্ণু গুণটোৰ বাবে সকলোৰে প্রিয়।

সিংহ: শুভ কাৰক গ্রহ ৰবি, মণ্ডল। শুভ সংখ্যা ১, ৯। শুভ ৰং বঙা। বাশিৰ কেন্দ্রত পাঁচোটা গ্রহ, শুভ কাৰক যটশূন্য যোগ, বুধাদিত্য আদি যোগ থকাত আন দিনতকৈ আজি যথেষ্ট উন্নত পাব। কর্মত উৎসাহ থাকিব।

কন্যা: শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং বেঙুনীয়া। শৰীৰ মোটামুটি ভালেই। দূৰ ভ্ৰমণৰ যো-জা। সমস্যা সমাধানৰ ক্ষেত্ৰত বুদ্ধিমত্তা প্রকাশ। 

তুলা: শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং নীলা। শৰীৰ প্ৰায় ভালেই। কর্মোন্নতিৰ যোগ। পিছে পিতৃ-মাতৃৰ মনত কোনো কাৰণত উদ্বেগ-উদ্বিগ্নতা থাকিব।

বৃশ্চিক: শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং বগা। দিনটো ভালেই যাব। কাপোৰ, হোটেল, পণ্য দ্রব্য, ফাৰ্মাচী আদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। প্রেমত চঞ্চল।

ধনু: শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং হালধীয়া। ভ্রমণৰ যো-জা। স্বাস্থ্য ক্ষেত্রত আমনি কম। ধর্মীয় কর্মত ৰাপ বাঢ়িব। ক্ষেত্রবিশেষে সন্মান পাব।

মকৰঃ শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ ৰং সেউজীয়া। অংশীদাৰী ব্যৱসায়ত সতর্ক থাকক। সামাজিক কামত সুখ্যাতি। আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ থাকিব।

কুম্ভ: শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং কফি। ঘৰুৱা জীবন শুভাশুভ মিশ্রিত। প্রেমত চঞ্চল। সংগ দোষৰ পৰা সাৱধান হ'ব। বন্ধু-বান্ধৱৰ আগমনত সুখী।

মীন: শুভ কাৰক গ্রহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং সোণালী। ৰাশিৰ কেন্দ্রত দুই অশুভ গ্রহ, অশুভ শনিৰ সাবে সাত আদি চলি থকাত দিনটো উন্নত নাপাব। আনহাতে স্বাস্থ্যও উন্নত নাপাব। কোনো কথাত কাৰো লগত মনোমালিন্য হ'ব পাৰে। সন্তানক লৈ চিন্তিত হ'ব। মাজে মাজে মনলৈ দুশ্চিন্তা আহিব পাৰে।

Share This