ৰিলায়েন্সৰ 'ডিজিটেল ইণ্ডিয়া চেল'

dainik janambhumi August 16, 2025

ডিজিটেল ডেস্ক : স্বাধীনতা দিৱসৰ উপলক্ষত ভাৰতৰ সৰ্ববৃহৎ ইক্ট্ৰেনিকছ খুচুৰা বিক্রেতা ৰিলায়েন্স ডিজিটেলে অহা ১৭আগষ্টলৈকে বহু প্রত্যাশিত চলিত বৰ্ষৰ 'ডিজিটেল ইণ্ডিয়া চেল' আৰম্ভ কৰিছে। বিক্ৰীৰ সময়ত, গ্রাহকে ২৫% পর্যন্ত তৎক্ষণাৎ সঞ্চয়ৰ সুবিধা লাভ কৰিব পাৰে (য'ত এছ বি আই বেংক কার্ডত ১০% তৎক্ষণাৎ ৰেহাই ১৫,০০০ টকা পর্যন্ত আৰু উপহাৰ ভাউচাৰত ১৫% অন্তর্ভুক্ত কৰা হৈছে)। 

ইয়াৰ উপৰি, গ্রাহকে আকর্ষণীয় বিত্তীয় বিকল্প উপলব্ধ কৰিব পাৰে, য'ত আছে ১টা বিনামূলীয়া ই এম আই আৰু নির্বাচিত আনুষংগিক সামগ্ৰীৰ ওপৰত ইউ পি আই পেমেণ্টত অতিৰিক্ত ৫% সীমাহীন ৰেহাই। 

ডিজিটেল ইণ্ডিয়া বিক্রী সমগ্ৰ ৰিলায়েন্স ডিজিটেল, মাই জিঅ' আৰু জিঅ' মার্ট ডিজিটেল ষ্ট'ৰ আৰু অনলাইন www.reliancedigital.in-অত গ্ৰাহকৰ বাবে উপলব্ধ হ'ব।

Share This