ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটী জাহাজত পুনৰ এক অঘটন সংঘটিত হৈছে ।
মুখ্যমন্ত্ৰীলৈ চুইচাইড নোট লিখি ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে ।
গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী ৰজাদুৱাৰ অভিমুখী এম ভি ভাগিৰথী নামৰ জাহাজত সংঘটিত হৈছে এই আত্মহননৰ ঘটনাটো ।
ছুইচাইড নোটত আত্মহত্যাৰ কথা লিখি নদীত জঁপিয়ালে লোকজনে ।
লোকজন নলবাৰী জিলাৰ গোলক ৰাজবংশী বুলি জানিব পৰা গৈছে ।
একমাত্ৰ পুত্ৰৰ সংস্থাপন বিচাৰি চৰম পন্থা বাচি লʼলে লোকজনে ।