আপোনাৰ আজিৰ দিনটো...
Dainik Janambhumi
July 30, 2024
ডিজিটেল ডেস্কঃ ৩০জুলাই, মঙলবাৰ..
মেষ (অ, ল): শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং তাম বৰণীয়া। শৰীৰ প্ৰায় ভালেই। পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব। মাতৃৰ স্বাস্থ্য কিছু দুর্বল। আর্থিক উন্নতিৰ মৃত্যু যোগ।
বৃষ(ই, উ, ব): শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং গেৰুৱা। সামাজিক কামৰ মাজেদি খ্যাতি লাভ। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা। প্রেম-প্রীতি লাভ। দাম্পত্যত বুজাবুজি থাকিব।
মিথুন (ক, ছ, ঘ): শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ১, ৫। শুভ ৰং কমলা। সংগীত, নৃত্য, নাটক আদি কলাত মনোনিবেশ কৰি ভাল পাব। শত্রু যিমানেই শক্তিশালী হওক। আপোনাৰ ওচৰত সেও মানিব।
কর্কট (ড, হ): শুভ কাৰক গ্ৰহ চন্দ্র, বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ বং মুগা। আপুনি আজি তীক্ষ্ণ বাক্য বানে বিপক্ষক থকা-সৰকা কব্বিলৈ ভাল সুযোগ পাব। বিদ্যাত শুভ।
সিংহ (ম, ট): শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং ৰঙা। হাতত লোৱা কামবিলাক আগুৱাই নিয়াত বিভিন্ন বাধা-বিঘিনিৰ সন্মুখীন হ'ব। অৱশ্যে, শুভাকাংক্ষীৰ পৰা পোৱা সজ উপদেশৰ বাবে কৃতজ্ঞ হ'ব। দাম্পত্যত চিন্তা।
কন্যা (প, ঠ): শুভ কাৰক গ্রহ বুধ, শনি। শুভ সংখ্যা ৫, ৭। শুভ ৰং অপৰাজিতা নীলা। সমাজৰ বিভিন্ন কামত থকা দক্ষতাৰ বাবে আপুনি জনপ্রিয় হ'ব। আনৰ কাৰণে খাটি ভাল পাব।
তুলা (ৰ, ত): শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ ৰং ক'লা। অলপ যত্ন কৰিলেই বিদ্যার্থীয়ে ভাল ফল দেখুৱাব পাৰিব। অৰ্থ কষ্টৰ উপশম পাব। মান-মর্যাদা লাভ।
বৃশ্চিক( ন, য): শুভ কাৰক গ্রহ মঙল,ৰবি। শুভ সংখ্যা ১, ৯। শুভ বং নীলা, বগা। শৰীৰ আন দিনাতকৈ উন্নত। গুৰুৰ সু-দৃষ্টি পৰাত আপোনাৰ আহিব লগা বিপদ-আপদৰ ঢৌ দূৰতে বিদূৰ হ'ব।
ধনু(ধ, ফ, ভ): শুভ কাৰক গ্রহ বৃহস্পতি, চন্দ্র। শুভ সংখ্যা ২, ৩। শুভ ৰং হালধীয়া। ব্যৱসায়ত শুভ। সকলোৰে লগত মিলিজুলি থাকিবলৈ চেষ্টা
কৰক। অসৎ সংগৰ পৰা সতৰ্ক থাকক।
মকৰ (খ, জ) : শুভ কাৰক গ্রহ মঙল, শনি। শুভ সংখ্যা ৭, ৯। শুভ বং সেউজীয়া। পাৰিবাৰিক জীৱনত জটিলতা। কোনো সু-খবৰ পাই মন প্রফুল্লিত থাকিব। আর্থিকত বেয়া নহয়।
কুম্ভ(গ, শ, স): শুভ কাৰক গ্রহ শুক্র, শনি। শুভ সংখ্যা ৬, ৭। শুভ বং বেঙুনীয়া। বিদ্যার্থীৰ একাগ্রতা বৃদ্ধি। কর্মত উৎসাহ পাব। পিতৃ-মাতৃ আপোনাক লৈ গৌৰৱান্বিত। ধর্মত মতি।
মীন (দ, চ) : শুভ কাৰক গ্রহ চন্দ্ৰ, ১৬ বৃহস্পতি। শুভ সংখ্যা ২, ৩। শুভ ৰং বগা। শৰীৰ মোটামুটিৰ ভালেই। সা-সম্পত্তি কিনা-বেচাৰ ক্ষেত্ৰত সু- ফল পাব। সন্তানক লৈ চিন্তিত বুজায়। ঘৰুৱা জীৱনত দুই এটা খুঁত-খাত থাকিব। হাতলৈ ধন আহিলেও লগত খৰচৰ নতুন বাট লৈহে আহিব।
Share This